• Wed. Mar 11th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী

  • Home
  • এছ পি এম আৰু লালন্ ছ ছুপাৰ-৩০ মুকলি

এছ পি এম আৰু লালন্ ছ ছুপাৰ-৩০ মুকলি

নৱবার্তা গুৱাহাটী: এছ পি এম আৰু লালন্ ছ কোচিংয়ে শনিবাৰে গুৱাহাটীৰ সুন্দৰপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে এক বৈপ্লৱিক শৈক্ষিক পদক্ষেপ এছ পি এম আৰু লালন্ ছ ছুপাৰ-৩০ মুকলি কৰাৰ…

গুৱাহাটীত মুকলি হ’ল উত্তৰ-পূবৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ ‘ৰিচুৱেল’

নৱবাৰ্তা গুৱাহাটী: গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাত মুকলি কৰা হ’ল উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ “ৰিচুৱেল”। এটা সুস্থ মন আৰু শৰীৰ লৈ আগুৱাই যোৱাৰ বাবে হলিউডৰ চেলিব্রিটি, অলিম্পিক…

অসমৰ চাহ উদ্যোগ আৰু চৰকাৰী সহযোগিতাৰ প্ৰশংসা বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাৰ

নৱবাৰ্তা গুৱাহাটী : ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কালি এটা পোষ্ট শ্বেয়াৰ কৰি অসমৰ চাহ উদ্যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাই। ‘এডভান্টেজ অসম’ৰ মঞ্চত প্ৰদান কৰা তেওঁৰ নিজৰ…

কটন বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনস্নাতক ডিগ্ৰী লাভ কৰিলে ৰিয়ান পৰাগ। কটন বিশ্ববিদ্যালয়ৰ পৰা ক্ৰীড়া বিষয়ত লাভ কৰিলে স্নাতক ডিগ্ৰী

সৌৰ আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগ কৰিবলৈ অসম চৰকাৰৰ সৈতে ৰাতুল পুৰীৰ হিন্দুস্তান পাৱাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

• ৫ গিগাৱাট শক্তি প্ৰকল্প গঢ়ি তোলাৰ বাবে হিন্দুস্তান পাৱাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি অসমত বিনিয়োগ নৱবার্তা গুৱাহাটী : অসমৰ নবীকৰণযোগ্য শক্তিৰ পৰিৱেশ আগুৱাই নিয়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত…

গুৱাহাটীত ‘এৰিডা ৰিয়েল ইষ্টেট এক্সপ’

নৱবার্তা গুৱাহাটী: ফ্রেট কিনাৰ কথা চিন্তা কৰি কিবা বিমোৰত পৰিছে নেকি। তেন্তে চিন্তা নকৰিব। নিজৰ পচন্দ অনুসৰি সকলো দিশ চালি-জাবি চাই ফ্রেট ক্ৰয় কৰাৰ সুবিধা কৰি দিছে আসাম ৰিয়েল ইষ্টেট…

অসম পৰ্যটনৰ প্ৰচাৰ চলাই ১২০ দিনত অতিক্ৰমিব ৯,০০০ কিলোমিটাৰ

মস্কোৰ পৰা গুৱাহাটীলৈ এখন ভৰিৰে চাইকেল চলোৱাৰ বাবে সাজু হৈছে ৰাকেশ পেৰাচাইক্লিষ্ট নৱবার্তা গুৱাহাটী,:‘মই লুইতৰ পৰা মিছিচিপি হৈ ভল্গাৰ ৰূপ চালোঁ…।’ ড০ ভূপেন হাজৰিকাৰ প্ৰখ্যাত ‘মই এটি যাযাবৰ’ শীৰ্ষক গীতটিকে…

গুৱাহাটীত চাৰিদিনীয়াকৈ ‘এৰিডা’ৰ বিয়েল ইষ্টেট এক্সপ’

নৱবার্তা গুৱাহাটী, : ফ্রেট কিনাৰ কথা চিন্তা কৰি কিবা বিমোৰত পৰিছে নেকি। তেন্তে চিন্তা নকৰিব। নিজৰ পচন্দ অনুসৰি সকলো দিশ চালি-জাবি চাই ফ্রেট ক্ৰয় কৰাৰ সুবিধা কৰি দিছে আসাম ৰিয়েল…

গুৱাহাটীত ৰয়েল ষ্টেগ বুমবক্সৰ মন্ত্ৰমুগ্ধকৰ অনুষ্ঠান: আৰমান মালিক, নিকিতা গান্ধী, ইক্কা আৰু ডি জে যোগীৰ আইকনিক পৰিবেশন

চাৰিখন চহৰ ভ্ৰমণ কৰিবলগা ৰয়েল ষ্টেগ বুমবক্স – দা অৰিজিনেল ছাউণ্ড অৱ জেনেৰেচন লাৰ্জে শিল্প, সংস্কৃতি আৰু গেমিং অভিজ্ঞতাৰ সৈতে সংমিশ্ৰণ কৰিছে বলিউডৰ সুৰ আৰু হিপ-হপ বীটক নৱবার্তা গুৱাহাটী :…

ভাওনা শিল্পী সমাজৰ বিশেষ সম্বর্ধনা অনুষ্ঠান

নৱবার্তা গুৱাহাটী: সদৌ অসম ভাওনা সম্মিলন গুৱাহাটী মহানগৰ আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত আৰু বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ সহযোগত শনিবাৰে এক বিশেষ সম্বর্ধনা অনুষ্ঠন অনুষ্ঠিত হয়। গুৱাহাটীৰ উজানজাৰস্থিত…