• Wed. Mar 4th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Naba Barta

  • Home
  • গুৱাহাটী প্ৰেছ ক্লাবত ডঃ প্ৰাণেশ্বৰ নাথৰ গ্ৰন্থ ‘জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি’ উন্মোচন বিশিষ্ট কন্ঠশিল্পী ডঃ সংগীতা কাকতিৰ

গুৱাহাটী প্ৰেছ ক্লাবত ডঃ প্ৰাণেশ্বৰ নাথৰ গ্ৰন্থ ‘জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি’ উন্মোচন বিশিষ্ট কন্ঠশিল্পী ডঃ সংগীতা কাকতিৰ

গ্ৰন্থখনত জুবিনৰ প্ৰাণ আছে – ডঃ সংগীতা কাকতি অসমীয়া পৃথিৱীৰ ভিতৰতে কৃতজ্ঞ জাতি ঃ বীৰেন সিংহ নৱবার্তা গুৱাহাটী, : বিশিষ্ট লেখক তথা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ প্ৰাণেশ্বৰ…

ব্যতিক্ৰমৰ জয়ন্ত হাজৰিকাৰ ৪৮তম মৃত্যুবার্ষিকী সোঁৱৰণী অনুষ্ঠানৰ সফল সমাপ্তি

এই বৰ্ষৰ জয়ন্ত হাজৰিকাৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় লোক শিল্পী পখিলা লেকথেপি-ক নৱবার্তা গুৱাহাটী:জয়ন্ত হাজৰিকা অসমীয়া সংগীতৰ ইতিহাসৰ এক চিৰসেউজ নাম। সময়ৰ সীমা অতিক্ৰম কৰি এতিয়াও আৱেগৰ ধাৰা…

গুৱাহাটী প্ৰেছ ক্লাবতনতুন ছবি ৰুদ্ৰকালীৰ শীৰ্ষ গীত মুকলি

‘নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে নতুন ছবি ৰুদ্ৰকালীৰ শীৰ্ষ গীত ‘ৰুদ্রকালী’মুকলি কৰা হয়।জনপ্ৰিয় সংগীত শিল্পী‌ তৰুণ তন্ময়ৰ সংগীত পৰিচালনা কৰা ছবিখনৰ শীর্ষগীতটিত কন্ঠদান‌ কৰিছে বাস্তব নাথ আৰু গীতালি দেৱীয়ে।…

ইকো ভেলী চিনে প্ৰডাকচনৰ চুটি ছবি “সীমাহীন গোলক”ৰ শুভমুক্তি* 

নৱবাৰ্তা গুৱাহাটী::গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ সন্দিকৈ টকিজত মঙলবাৰে ড: মাইনু দেৱীৰ পৰিচালনাৰে আপোন ঘৰ ডে কেয়াৰ চেন্টাৰ উদ্যোগত এক বিশেষ অনুষ্ঠানত এখনি ছুটি ছবি ‘সীমাহীন গোলক’ ৰ শুভমুক্তি লাভ কৰে। সংগীত…

নালন্দা লিটাৰেচাৰ ফেষ্টিভেল ২০২৫ আয়োজনৰ কথা ঘোষণা পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত আৰু প্ৰাক্তন ডিজিপি তথা বিশিষ্ট লেখক কুল শইকীয়াৰ

~ ২০২৫ চনৰ ২১ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে বিহাৰৰ ৰাজগীৰ, নালন্দাত অনুষ্ঠিত হ’ব এই মহোত্সৱ~ নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত নালন্দা লিটাৰেচাৰ ফেষ্টিভেল (এনএলএফ) ২০২৫…

গুৱাহাটীৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত বাণিজ‍্য মেলা

নৱবাৰ্তা গুৱাহাটী : গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়াম খেলপথাৰত ভজয় এডভেঞ্চাৰৰ উদ্যোগত আয়োজিত গুৱাহাটী মেগা ট্ৰেড ফেয়াৰ ২০২৫ৰ ভৱিষ্যৎ উদ্বোধনী অনুষ্ঠানত শনিবাৰে মহানগৰীৰ উৎসৱমুখৰ মনোভাৱ সজীৱ হৈ উঠে। বহু…

গুৱাহাটী প্ৰেছ ক্লাবতনুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰুগ্ৰন্থ উন্মোচন

নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবতদেওবাৰে নুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰু গ্ৰন্থউন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অধিবেশনৰ আৰম্ভণিতেপ্ৰয়াত ব্ৰজমোহন সেনী, প্ৰয়াত প্ৰকাশ চন্দ্ৰ বৰাণৱাল বাটছাল, প্ৰয়াত সন্তোষ মোডী স্মিতা, প্ৰয়াত…

অন্নপূর্ণা স্বাদিষ্টে সৌৰভ গাংগুলীক ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি — সোৱাদ আৰু বিশ্বাসৰ নতুন যুগ

নৱবার্তা গুৱাহাটী: পূৰ্ব ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এফএমচিজি কোম্পানী অন্নপূর্ণা স্বাদিষ্ট লিমিটেডে বুধবাৰে কলকাতাৰ দ্য পাৰ্ক হোটেলত আয়োজিত এক জাকজমকপূৰ্ণ সংবাদ মেলত সৌৰভ গাংগুলীক তেওঁলোকৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ঘোষণা…

গুৱাহাটী তাৰকাগৃহত জ্যোতিৰ্বিজ্ঞানী দিৱস

‘নৱবাৰ্তা গুৱাহাটী: গুৱাহাটী তাৰকাগৃহত শনিবৰে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞানী দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে কাইলৈ দিনৰ ২ .৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাইজৰ উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ…

অসম কন্যা অলংকৃতা বৰা অভিনীততাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” ৰ মুক্তি লাভ

নৱবার্তা গুৱাহাটী: অসম জীয়ৰী অলংকৃতা বৰাই মূখ‍্য চৰিত্ৰত অভিনয় কৰা “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম”(Tara and Akash- Love beyond realm) নামৰ হিন্দী ভাষাৰ চলচিত্ৰখন ২৬ ছেপ্তেম্বৰৰ পৰা ভাৰতবৰ্ষৰ সকলো “পি…