গুৱাহাটী প্ৰেছ ক্লাবত সামাজিক, সাংস্কৃতিক অনুষ্ঠান দেশ ভাৱনাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণ সভা
সাংবাদিকক সম্বৰ্ধনা নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতগভীৰ আবেগ, শ্ৰদ্ধা আৰু স্মৃতিচাৰণাৰ মাজেৰে প্ৰয়াত শিল্পী জুবিন গাৰ্গক…
গুৱাহাটী পৌৰ নিগমৰ সংবাদ মেল
বিগত বছৰৰ খতিয়ান দাঙি ধৰে সংবাদমেলত ২০২৬ চনত গুৱাহাটীৰ উন্নয়নৰ বাবে১৩২ কোটি টকাৰ কাম কৰিব গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ উন্নত বাট পথ নিৰ্মাণৰ নামত ২০২৬ চনত চৰকাৰে ২৪ কৌটি…
বৰপেটা প্ৰেছ ক্লাৱত জিএনআৰচি হাস্পতালৰ দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী সম্পন্ন
যোৱা তিনি দশকত জিএনআৰচি হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ ৯৩,০০০ গৰাকী আৰু বৰপেটা জিলাৰ ৪,৫০০ গৰাকী দুর্ঘটনাগ্রস্ত ৰোগীক চিকিৎসা প্রদান নৱবার্তা বৰপেটা: উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালৰ উদ্যোগত ডিচেম্বৰ মাহটো দুর্ঘটনা সজাগতা…
স্বাস্থ্যসেৱা শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বিৰোহনৰজাপানৰ মাইনাভি কৰ্পোৰেচন, ব্লুম ভেঞ্চাৰছৰ নেতৃত্বত ৬৫ কোটি টকাৰ ছিৰিজ বি পুঁজি সংগ্ৰহ
নৱবার্তা নতুন দিল্লী::: ভাৰতৰ স্বাস্থ্যসেৱা শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান বিৰোহনে চলি থকা ছিৰিজ বি ফাণ্ডিং ৰাউণ্ডৰ অংশ হিচাপে মাইনাভি কৰ্পোৰেচনৰ নেতৃত্বত ৬৫ কোটি টকা (৭৫ লাখ ডলাৰ) ৰ পুঁজি সংগ্ৰহ কৰিছে।…
Ozempic® বিশ্বৰ সৰ্বাধিক প্ৰেছক্ৰিপচন কৰা GLP-1 এতিয়া ভাৰতত উপলব্ধ
ভাৰতত প্ৰাপ্তবয়স্ক টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে প্ৰথম শাৰীৰ চিকিৎসা, খাদ্য আৰু ব্যায়ামৰ সংযোজক হিচাপে অনুমোদিত অজেম্পিক হৈছে সপ্তাহত এবাৰকৈ বেজী দিব পৰা ছেমাগ্লুটাইডৰ উপাদান তেজত চেনীৰ পৰিমাণ ফলপ্ৰসূভাৱে হ্ৰাস…
২০২৬ৰ ২২-২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ১৫ সংখ্যক ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰ আৰু দ্বিতীয় ইষ্ট হিমালয়ান এগ্ৰি এক্সপ’
নৱবার্তা গুৱাহাটী:: ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়া ট্ৰেড প্ৰম’চন অৰ্গেনাইজেচন (আই টি পি অ’)য়ে আগন্তুক বৰ্ষ অৰ্থাৎ ২০২৬ চনৰ ২২ ৰ পৰা ২৮ জানুৱাৰীলৈকে আয়োজন কৰিব ১৫…
উন্নত ডিজাইন, উন্নত প্ৰযুক্তি আৰু আৰামৰ আকৰ্ষণীয় সংযোজনৰ সৈতে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই মুকলি কৰিছে সম্পূৰ্ণ নতুন হেক্টৰ – মূল্য ১১.৯৯ লাখৰ পৰা আৰম্ভ
নৱবার্তা গুৱাহাটী,: আকৰ্ষণীয় ডিজাইন, অতুলনীয় আৰাম, অগ্ৰণী প্ৰযুক্তি আৰু এছ ইউ ভি ছেগমেণ্টত ডাইনামিক ড্ৰাইভিং অভিজ্ঞতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰি জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই আজি…
কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত স্পন্দনৰ বঁটা প্ৰদান অনুষ্ঠান
নৱবার্তা গুৱাহাটী:: অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত বছৰি আয়োজন কৰা হয় এলানি সাহিত্য প্ৰতিযোগিতা। ইয়াৰ লগতে অনুষ্ঠানটিয়ে প্ৰতি বছৰে সাহিত্য-সংস্কৃতিলৈ বিশেষ বৰঙনি আগবঢ়োৱা…
উত্তৰ-পূব–তেলেংগানাৰ সাংস্কৃতিক বান্ধোন সবলীকৰণেৰে হায়দৰাবাদত নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ৰ আয়োজন
নৱবাৰ্তা গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চল আৰু তেলেংগানাৰ মাজত সাংস্কৃতিক সমন্বয়ৰ এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে ২০২৬ চনৰ ১০ আৰু ১১ জানুৱাৰীত হায়দৰাবাদত নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ হ’ব। মহামহিম তেলেংগানাৰ ৰাজ্যপাল…
ত্বৰান্বিত আন্তঃগাঁথনিৰে উত্তৰ পূব ভাৰতৰ বাণিজ্যিক পাৱাৰহাউছ হিচাপে আত্মপ্ৰকাশ গুৱাহাটীৰ: জে এল এল
৮০% কাৰ্যালয় ষ্টক সম্প্ৰসাৰণ, খুচুৰা খণ্ডৰ খালী ঠাই হ্ৰাস, আৰু সীমিত ঔদ্যোগিক উপলব্ধতাই বিনিয়োগৰ উত্থানৰ সৈতে অভূতপূৰ্ব বিকাশৰ বাবে স্থান শক্তিশালী কৰিছে কৌশলগত গেটৱে চহৰখনেনৱবাৰ্তা গুৱাহাটী – ২০২৮ চনৰ ভিতৰত…
