• Thu. Mar 5th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Naba Barta

  • Home
  • গুৱাহাটীৰ জু ৰোডস্থিত শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূতি উদযাপন কৰি উত্তৰ-পূব আৰু পশ্চিম বংগলৈ নিজৰ পৰিসৰ সম্প্ৰসাৰণৰ ঘোষণা মাণিক চান্দ জুৱেলাৰ্ছৰ

গুৱাহাটীৰ জু ৰোডস্থিত শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূতি উদযাপন কৰি উত্তৰ-পূব আৰু পশ্চিম বংগলৈ নিজৰ পৰিসৰ সম্প্ৰসাৰণৰ ঘোষণা মাণিক চান্দ জুৱেলাৰ্ছৰ

”অনাকাংক্ষিত পৰিস্থিতিৰ বাবে সোণ হৈছে এক মূল্যৱান বিনিয়োগ।’’ – মন্তব্য মাণিক চান্দ জুৱেলাৰ্ছৰ পৰিচালন সঞ্চালক কৃষ্ণ কুমাৰ ছোনীৰ নৱবার্তা গুৱাহাটী : প্ৰিমিয়াম গহনাৰ বাবে সুপৰিচিত মাণিক চান্দ জুৱেলাৰ্ছে গুৱাহাটীৰ জু…

বি বৰুৱা পথত ‘ফিটনেছ ছায়েন্স’ মুকলি

এতিয়াৰে পৰা গুৱাহাটীতে সকলো ফিটনেছ সম্ভৱ হৈ উঠিব নৱ বার্তা গুৱাহাটী, ঃ গুৱাহাটীৰ উলুবাৰীৰ বি বৰুৱা পথত আজি ‘ফিটনেছ ছায়েন্স’ নামৰ অত্যাধুনিক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কেন্দ্ৰ মুকৰি কৰে৷ খেলুৱৈৰ লগতে…

গুৱাহাটী জুবেলাৰ্চ এছোচিয়েচনৰ ৭৬ তম্ শ্রীশ্রী শ্যামা পূজা পালন

নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ লাখটকীয়া কর্ণেল জে. আলী ৰোডস্থিতজুৱেলাৰ্চ এছ’ছিচনে ১৯৪৫ চনৰ পৰাই কালী পূজাৰ আয়োজন কৰি আহিছে। এইবাৰ৭৬ তম্ শ্রীশ্রী শ্যামা পূজা বৃহস্পতিবাৰে পালন কৰা হয়।, বৃহস্পতিবাৰ পুৱা ১১.০০ দেবীৰ আহ্বান,…

বি বৰুৱা মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটৰ “মাই ভাৰত” পৰ্টেলৰ বাৰ্ষিকী উপলক্ষে তিনিদিনীয়া সমাজ সেৱা অনুষ্ঠান

নৱবার্তা গুৱাহাটী :অক্টোবৰত বি বৰুৱা মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটৰ “মাই ভাৰত” পৰ্টেলৰ বাৰ্ষিকী উপলক্ষে তিনিদিনীয়া সমাজ সেৱা অনুষ্ঠিত হয়। ২৮ এই কাৰ্যসূচীৰ আৰম্ভণি হিচাপে ডা. ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত…

গুৱাহাটী প্ৰেছ ক্লাবতখিলঞ্জীয়া সুৰক্ষা সমিতি, অসমৰ সংবাদ মেল

অসমৰ বাবে নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ৰ সলনি ১৯৫১ কৰি অসমৰ খিলঞ্জীয়া লোক সকলক সুৰক্ষা প্রদান কৰাৰ আহ্বান উচ্চতম ন্যায়লয়ে এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ বিবেচনা নকৰিলে পুনৰ ন্যায়লৰ কাষ চাপিব…

মহানগৰীৰ জিলা শাখাৰ ব্যৱস্থাপনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান

নৱবার্তা গুৱাহাটী: গুৱাহাটী মহানগৰীৰ জিলা শাখাৰ ব্যৱস্থাপনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ ৰূপনগৰত অনুষ্ঠিত হোৱা আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ পুৱা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ কৰি পদাধিকাৰ ভবেন্দ্ৰ নাথ…

সদৌ অসম নগা কল্যাণ সমাজৰ সংবাদমেল

তিনিচুকীয়াৰ লিডু ৰ পাহাৰপুৰ চেমা নগা গাঁৱত লাইকাধদীয়া অঞ্চলৰ বানপীড়িত লোকক সংস্থাপন কৰা বিৰোধীতা অনাগত দিনত যাতে জাতিগত সংঘৰ্ষৰ সৃষ্টি নহয় তাৰবাবে চৰকাৰক আহ্বান অসম আৰু নগালেণ্ডৰসীমা সমস্যা শান্তিৰে সমাধান…

গুৱাহাটীত কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীৰ প্ৰথমটো বিশেষ শ্ব’ৰুম মুকলিসমগ্ৰ দেশতে জুৱেলাৰী ব্ৰেণ্ডটোৰ শ্ব’ৰুমৰ সংখ্যা ৪৮টালৈ বৃদ্ধি

নৱবার্তা গুৱাহাটী: এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটী মহানগৰীত প্ৰথমটো বিশেষ শ্ব’ৰুম মুকলি কৰিলে সুপৰিচিত জুৱেলাৰী ব্ৰেণ্ড কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে। আজি গুৱাহাটীৰ আঠগাঁৱৰ এছ চি ৰোডত কিছনাই…

গুৱাহাটীৰছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীতভক্ত, দর্শনাৰ্থীৰ ভিৰ

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী থিমৰ জৰিয়তে জনসাধাৰণ আৰু নৱপ্ৰজন্মক আকৰ্শণীয় কৰিব পৰাকৈ বা বুজিব পৰাকৈ থিম লৈ আহিছে ৷এইবেলিওঁ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয়ে মহিলা সকল আৰু…

বিনামূলীয়া থেৰাপী কেন্দ্ৰ ৰ উদ্ধোধন

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ গড়চুক চাৰিআলিৰ এ.কে. দেৱ পথত সোমবাৰে চেৰাজেম বিনামূলীয়া থেৰাপী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। এই সম্পৰ্কে কেন্দ্ৰটোত অনুষ্ঠিত এখন সংবাদ মেলতচেৰাজেমৰ এৰিয়া মেনেজাৰ (এ ডি)অভয় কুমাৰ সিঙে…