২৩,২৪,২৫ আৰু ২৬ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰীনৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰৰ ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি
নৱবার্তা গুৱাহাটী: বিগত বছৰবোৰৰ দৰে এইবেলিও ২৩ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্রুৱাৰীলৈ শিলপুখুৰীস্থিত শ্রীশ্রীনিৰামুহীয়া শিৱ মন্দিৰৰ উদ্যোগত ৰুদ্রযজ্ঞ আৰু মহাশিৱৰাত্রি পূজাৰ আয়োজন কৰা হৈছে। শুকুৰবাৰে মন্দিৰ প্ৰাংগনত আয়োজন কৰা এক সংবাদমেলত ৰুদ্রযজ্ঞ…
লেখক – সাংবাদিক কবিৰ শইকীয়াৰ “যকৃৎ A TO Z” গ্ৰন্থ উন্মোচন
নৱবার্তা গুৱাহাটী: “চিৰচিছ সদৃশ দুৰ্নীতিযে আমাৰ সমাজৰ যকৃৎক খুলি খুলি খাইছে। শৰীৰৰ যকৃৎৰ লগতে সমাজৰ যকৃৎ সুস্থ কৰাৰ প্ৰয়োজনীয়তা আছে।” এই মন্তব্য বিশিষ্ট লেখক তথা বুদ্ধিজীৱি ময়ুৰ বৰাৰ। গুৱাহাটীৰ নন্দন…
হাতীগাঁৱত দি হাৰ্টৰ স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ
নৱবাৰ্তা গুৱাহাটী: বেচৰকাৰী সংস্থা দি হাৰ্টৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ হাতীগাঁৱস্থিত “দি হাৰ্ট”ৰ কাৰ্যালয়ৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত হৃদৰোগ বিশেষজ্ঞ চিকিৎসক তথা দি হাৰ্ট”ৰ সভাপতি…
মধ্য গুৱাহাটী স্বর্ণশাখা সাহিত্য সভাৰ দ্বিবার্ষিক পূৰ্ণাংগ অধিৱেশনৰ সামৰণি
নৱবাৰ্তা গুৱাহাটী: মধ্য গুৱাহাটী স্বর্ণশাখা সাহিত্য সভাৰ দ্বিবার্ষিক পূর্ণাংগ অধিৱেশন মধ্য গুৱাহাটীস্বর্ণশাখা সাহিত্য সভাৰ উদ্যোগত আৰু কে চি দাস কমাৰ্চ কলেজৰ সহযোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানত পুৱা ৯…
ৱাজৱান এ কাশ্মীৰ: কাশ্মীৰৰ যাদুকৰী খাদ্যৰ জুতিৰে পুনৰ অতিথি আপ্যায়নৰ বাবে সাজু হৈছে ৰেডিচন ব্লু গুৱাহাটী
নৱবার্তা গুৱাহাটী: বিগত বৰ্ষত লাভ কৰা বিপুল সমাদৰ তথা অপৰিসীম সফলতাৰ পাছত ৰেডিচন ব্লু গুৱাহাটীৰ স্বাক্ষৰ বহনকাৰী ৰেষ্টুৰেণ্ট কেফে বি ইউয়ে ১৫ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰী, ২০২৫ লৈ বহুল জনপ্ৰিয়…
শৰণীয়া আশ্ৰমত১৫৬ ঘণ্টীয়া অখণ্ডসূত্ৰ যজ্ঞ-সূত্ৰাঞ্জলিৰ সামৰণি অনুষ্ঠান
নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমৰগান্ধীঘৰত বুধবাৰেসূত্ৰ যজ্ঞ-সূত্ৰাঞ্জলি ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিতহয় । অনুষ্ঠানৰ আৰম্ভণিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কস্তুৰবা আশ্ৰমৰ সেৱীকাসকলে বিষ্ণুৰ সহস্রনাম পৰিবেশনকৰে ।…
ভাৰতীয় জনতা পার্টি, গুৱাহাটী মহানগৰ জিলা সমিটিৰ উদ্যোগত’বীৰ চিলাৰায় দিৱস’ পালন
নৱবার্তা গুৱাহাটী :ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত বীৰ চিলাৰায় দিৱস উলহ মালহেৰে বুধবাৰে পালন কৰা হয়। এই উপলক্ষ্যে পুৱা ৯ বজাত মহানগৰৰ ভঙাগড়স্থিত চিলাৰায় নগৰত থকা বীৰ চিলাৰায়ৰ…
লাচিত নগৰত মহা পালনাম আৰু নৱ নির্মিত বাট-চ’ৰা উদ্বোধন
নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ লাচিত নগৰ ৰাজহুৱা নামঘৰ, লাচিত জ্যোতি সংঘ প্রাঙ্গনত দেওবাৰে মহা পালনাম আৰু নৱ নির্মিত বাট-চ’ৰা উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। বাট-চ’ৰা উদ্বোধন কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন…
জিএনআৰচি ছয়মাইল শাখাৰ ১৮ সংখ্যক প্রতিষ্ঠা দিৱসত গুৱাহাটীবাসী ৰাইজৰ সু-স্বাস্থ্যৰ বাবে ‘জিএনআৰচি স্পর্শ আঁচনি’ উন্মোচন
নৱবার্তা গুৱাহাটী,: উত্তৰ-পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাই ৰাইজলৈ নিৰবচ্ছিন্ন সেৱা আগবঢ়াই আজি সফলতাৰে ১৮তম বৰ্ষত ভৰি দিলে। ১৮তম প্রতিষ্ঠা দিবস উদযাপন উপলক্ষে আজি নেডফি কনভেছন চেণ্টাৰত এক…
