• Tue. Mar 3rd, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Month: January 2026

  • Home
  • কেন্দ্ৰীয় বাজেট ২০২৬ৰ পূৰ্বে পেন্সন কৰ ৰেহাই, সমান সুযোগৰ আশা কৰিছে বীমা খণ্ডই

কেন্দ্ৰীয় বাজেট ২০২৬ৰ পূৰ্বে পেন্সন কৰ ৰেহাই, সমান সুযোগৰ আশা কৰিছে বীমা খণ্ডই

নৱবার্তা গুৱাহাটী:: কেন্দ্ৰীয় বাজেট ২০২৬ৰ পূৰ্বে জীৱন বীমা উদ্যোগৰ অগ্ৰদূতসকলে ভাৰতত অৱসৰৰ সুৰক্ষা, বীমাৰ প্ৰৱেশ আৰু সৰ্বাংগীন বৃদ্ধিৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি কৰ সংস্কাৰ, নিয়ন্ত্ৰণ সমতা আৰু স্থায়ী ৰাজহুৱা বিনিয়োগৰ…

উত্তৰ পূৱত এক প্ৰতিযোগিতামূলক বাঁহ মূল্য শৃংখলা গঢ়ি তুলিবলৈ আৰু জীৱিকা শক্তিশালী কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৮২.৫ কোটি টকা জি বিৰ বাঁহ প্ৰকল্প আৰম্ভ 

৮২.৫ কোটি টকাৰ পদক্ষেপে জীৱিকা, সেউজ ঔদ্যোগিকৰণ, আৰু বজাৰ একত্ৰীকৰণৰ লক্ষ্য ৰাখিছে নৱবাৰ্তা গুৱাহাটী: উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে (এমডিঅ’এনইআৰ) আজি ৮২.৫ কোটি টকাৰ সংযুক্ত ব্যয়ৰ সৈতে দুটা মুখ্য বাঁহ খণ্ডৰ…

শ্রীশ্রী নবগ্রহ শ্মশান নিবামুহীয়া শিব মন্দিৰৰ ৩০ সংখ্যক মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ লাইখুটা স্থাপন

নৱবার্তা গুৱাহাটী : গুৱাহাটীৰ শিলপুখুৰী শ্রীশ্রী নবগ্রহ শ্মশান নিবামুহীয়া শিব মন্দিৰৰ ৩০ সংখ্যক মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞ ১২, ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব। মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ লাইখুটা স্থাপন…

ভাৰত চৰকাৰ দক্ষতা বিকাশ আৰু উদ্যোমীতা মন্ত্ৰালয় ভাৰতীয় দক্ষতা ২০২৫–২৬: 

১৯-২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক প্ৰতিযোগিতা ‘নৱবার্তা গুৱাহাটী: ভাৰতীয় দক্ষতা ক্ষেত্ৰখনৰ সৈতে সংগতি ৰাখি দক্ষতা বিকাশ আৰু উদ্যামীতা মন্ত্ৰালয়ে ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় দক্ষতা…

সংক্রামক ৰোগঃ গোলকীয় স্বাস্থ্যৰ প্রতি বিশেষ ভাবুকি” শীর্ষক এক অবিৰত চিকিৎসা শিক্ষা সম্পন্ন

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ জিএনআৰচি দিছপুৰ হাস্পতালৰ প্ৰেক্ষাগৃহত শনিবাৰে “সংক্রামক ৰোগঃ গোলকীয় স্বাস্থ্যৰ প্রতি বিশেষ ভাবুকি” শীর্ষক এক অবিৰত চিকিৎসা শিক্ষা (চি এম ই) অনুষ্ঠিত হয়। এই অনুষ্ঠানত মাইক্র ‘বায় ‘লজিষ্ট,…

Whispers! – When the Mind Hurts, the Body Screams শীৰ্ষক গ্ৰন্থ উন্মোচন

‘ নৱবাৰ্তা গুৱাহাটী: তাদেবশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ ডব্লিউ আই এছ ই -এ মনোবিজ্ঞানী-লেখিকা ডিম্পী দাসৰ প্ৰথম গ্ৰন্থ(Whispers! – When the Mind Hurts, the Body Screams ) বৃহস্পতিবাৰে গুৱাহাটীতউন্মোচন কৰে। বেষ্টছেলিং লেখিকা…

ছাত্ৰীৰ বাবে আজিম প্ৰেমজী ফাউণ্ডেচনৰ জলপানি ঘোষণা

দেশৰ ১৮ খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছাত্ৰী উপকৃত হ’বউত্তৰ-পূবৰ ৩০ হাজাৰ ছাত্ৰী উপকৃত হোৱাৰ সম্ভাৱনাদ্বিতীয় ৰাউণ্ডৰ আবেদন প্ৰক্ৰিয়া ১০ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ খোলা থাকিব নৱবার্তা গুৱাহাটী::…

কিউপিডছ কেডেঞ্চ ২০২৬ৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান

নৱবার্তা গুৱাহাটী: জাছাৰেনা ইণ্ডিয়া প্রাইভেট লিমিটেডে এমবিএছ ইভেন্টৰ সহযোগত ১৪ ফেব্রুৱাৰীত শ্বিলঙতত আয়োজন কৰিব কিউপিডছ কেডেঞ্চ ২০২৬। যাক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম প্রিমিয়াম, প্রেমিক যুগলৰ ভেলেন্টাইনছ ডে’ লাইভ মিউজিক কনচার্ট হিচাপে পৰিচালিত…

গুৱাহাটীত প্ৰাক্ ভোগালী মেলা

নৱবার্তা গুৱাহাটী: ভোগালীবিহু পদূলি মুখত। সমাগত ভোগালী বিহুৰ সৈতে সংগতি ৰাখি মহানগৰীৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে প্ৰাক্ ভোগালী মেলা।মহানগৰীৰ ৰূপনগৰস্থিত নেডফি হাটত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাক্ ভোগালী মেলা।থলুৱা পৰম্পৰাগত…

তাদেবশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশনৰ অধীনত ‘W.I.S.E’ লেখন মেন্টৰশ্বিপ প্ৰগ্ৰামৰ শুভাৰম্ভ

যুৱ প্ৰজন্মৰ লেখকক এখন মঞ্চ দিয়াৰ প্ৰয়াস নৱবার্তা গুৱাহাটী: তিনিখন বেষ্টছেলিং গ্ৰন্থৰ লেখিকা তাপশ্ৰী বৰুৱাই আগন্তুক লেখক-লেখিকাসকলক প্ৰকাশিয়ত লেখক হ’বলৈ পথ প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এক নতুন মেন্টৰশ্বিপ প্ৰগ্ৰাম আৰম্ভ কৰাৰ…