গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম জল আৰু অনাময় কর্মচাৰী সন্থাৰ সংবাদ মেল
৩৩৬ কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী ১৫ দিনৰ ভিতৰত দাবী পূৰণ নহলে গ্ৰহণ কৰিব আন্দোলনৰ কাৰ্যসূচী নৱবার্তা গুৱাহাটী: জনস্বাস্থ্য কাৰিকৰী বিভাগত ঠিকাভিত্তিক কৰ্মৰত ৩৩৬জন কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে সদৌ অসম…
