নালন্দা লিটাৰেচাৰ ফেষ্টিভেল ২০২৫ আয়োজনৰ কথা ঘোষণা পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত আৰু প্ৰাক্তন ডিজিপি তথা বিশিষ্ট লেখক কুল শইকীয়াৰ
~ ২০২৫ চনৰ ২১ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে বিহাৰৰ ৰাজগীৰ, নালন্দাত অনুষ্ঠিত হ’ব এই মহোত্সৱ~ নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত নালন্দা লিটাৰেচাৰ ফেষ্টিভেল (এনএলএফ) ২০২৫…
গুৱাহাটীৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত বাণিজ্য মেলা
নৱবাৰ্তা গুৱাহাটী : গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়াম খেলপথাৰত ভজয় এডভেঞ্চাৰৰ উদ্যোগত আয়োজিত গুৱাহাটী মেগা ট্ৰেড ফেয়াৰ ২০২৫ৰ ভৱিষ্যৎ উদ্বোধনী অনুষ্ঠানত শনিবাৰে মহানগৰীৰ উৎসৱমুখৰ মনোভাৱ সজীৱ হৈ উঠে। বহু…
গুৱাহাটী প্ৰেছ ক্লাবতনুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰুগ্ৰন্থ উন্মোচন
নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবতদেওবাৰে নুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰু গ্ৰন্থউন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অধিবেশনৰ আৰম্ভণিতেপ্ৰয়াত ব্ৰজমোহন সেনী, প্ৰয়াত প্ৰকাশ চন্দ্ৰ বৰাণৱাল বাটছাল, প্ৰয়াত সন্তোষ মোডী স্মিতা, প্ৰয়াত…
অন্নপূর্ণা স্বাদিষ্টে সৌৰভ গাংগুলীক ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি — সোৱাদ আৰু বিশ্বাসৰ নতুন যুগ
নৱবার্তা গুৱাহাটী: পূৰ্ব ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এফএমচিজি কোম্পানী অন্নপূর্ণা স্বাদিষ্ট লিমিটেডে বুধবাৰে কলকাতাৰ দ্য পাৰ্ক হোটেলত আয়োজিত এক জাকজমকপূৰ্ণ সংবাদ মেলত সৌৰভ গাংগুলীক তেওঁলোকৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ঘোষণা…
