• Mon. Sep 22nd, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

Month: September 2025

  • Home
  • এফ আই এছ ফিনলেণ্ড ইন্টাৰনেছনেল স্কুলৰ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেল

এফ আই এছ ফিনলেণ্ড ইন্টাৰনেছনেল স্কুলৰ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেল

বিশ্বৰ সৰ্বাধিক খ্যাতিপ্রাপ্ত ফিনিস্থ শিক্ষাবিজ্ঞানে উত্তৰ-পূব ভাৰতৰ আই জি চি এছ ই পাঠ্যক্ৰম আৰম্ভ নৱবার্তা গুৱাহাটী ,: এডুকেচন মডেলৰ বাবে বিশ্বজুৰি পৰিচিত ফিনলেণ্ড ইন্টাৰনেশ্বনেল স্কুলে গুৱাহাটী কেম্পাছ মুকলি কৰাৰ কথা…

গুৱাহাটী প্ৰেছ ক্লাবত পাৰ্কিনছন ৰোগৰ চিকিৎসা সন্দৰ্ভত সংবাদ মেল

ভাৰতত পাৰ্কিনছনৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে, বিশেষকৈ বয়স্ক জনসংখ্যাৰ মাজত। ৩০ বা ৪০ বছৰ বয়সৰ যুৱ পাৰ্কিনছন ৰোগীৰ সংখ্যাই প্ৰাৰম্ভিক হস্তক্ষেপৰ গুৰুত্ব তুলি ধৰে W7s news গুৱাহাটী: পাৰ্কিনছন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত…

নতুন অসমীয়া চলচ্চিত্ৰ’হোমৱ’ৰ্ক’ মুক্তিৰ দিন সলনি

নৱবার্তা গুৱাহাটী: নতুন অসমীয়া চলচ্চিত্ৰ‘হোমৱ’ৰ্ক’ মুক্তিৰ দিন সলনিকৰা হৈছে। ১২ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখনে। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ছবিখনৰ…

দেওবাৰে পূর্ণ চন্দ্রগ্রহণ

নৱবার্তা গুৱাহাটী : – কাইলে নিশা হ’বলগীয়া পূর্ণচন্দ্রগ্রহণ ইউৰোপঅষ্ট্ৰেলিয়া আৰু আফ্রিকাকে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ পৰাও দৃশ্যমান হ’ব। অসম তথা উত্তৰ-পূর্বাঞ্চলৰ পৰাও দৃশ্যমান হ’বলগীয়া এই চন্দ্রগ্রহণৰ…

আন্তঃৰাষ্ট্ৰীয় শগুণ সজাগতা দিৱসত অসম বন বিদ্যালয়-বালিপাৰা ফাউণ্ডেচনৰ সেউজ বাসস্থান গঢ় দিয়াৰ কাৰ্যসূচী

নৱবার্তা গুৱাহাটী, ঃ আন্তঃৰাষ্ট্ৰীয় শগুণ সজাগতা দিৱস উপলক্ষে আজি অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনস্থ জালুকবাৰীৰ অসম বন বিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত তথা বিক্ৰমপুৰ গাঁৱৰ জনগোষ্ঠীৰ…

অৰবিন্দ স্কুলত শিক্ষক দিৱস পালন

নৱবার্তা গুৱাহাটীঃ আজি শিক্ষক দিৱসৰ প্ৰাকক্ষণত গুৱাহাটীৰ অৰবিন্দ স্কুলত প্ৰজ্ঞাৰ উদ্যোগত শিক্ষক দিৱসৰ শুভক্ষণত গৈ ২৪ শিক্ষকক একোখন মানপত্ৰ আৰু গ্ৰন্থৰে আদৰণি জনাই প্ৰজ্ঞাৰ তৰফৰ পল্লৱী দাস আৰু মিঠু দাসে…

২১ নৱেম্বৰত মুক্তি লাভ কৰিব “ককাদেউতা নাতি আৰু হাতী ২”

নৱবাৰ্তা গুৱাহাটী:‘ককাদেউতা নাতি আৰু হাতী’ পুনৰ এবাৰ ৰূপালী পৰ্দাত দৰ্শকে উপভোগ কৰিব পাৰিব দৰ্শকে।২১ নৱেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব “ককাদেউতা নাতি আৰু হাতী ২”।সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন…

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সংবাদ মেল

৭ ছেপ্টেম্বৰ চাইকেল ৰেলীৰ আয়োজন উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত হ’ব চাইকেল ৰেলী ৮ ছেপ্টেম্বৰত ১০০খন পতাকা উত্তোলন কৰা হ’ব অৰুণাচলৰ শিল্পী হেমন্ত বেঙীয়ালৈ ‘ভূপেন হাজৰিকা সমন্বয় বঁটা’ নৱবার্তা : ভূপেন…

বালিপাৰা ফাউণ্ডেচন আৰু অসম বন বিদ্যালয়ৰ যৌথ উদ্যোগ

চাৰিদিনীয়া কৰ্মশালাৰে অসমৰ বনকৰ্মীক আধুনিক প্ৰযুক্তিৰে পৰিৱেশ সংৰক্ষণৰ প্ৰশিক্ষণ প্ৰদান নৱবার্তা গুৱাহাটী ঃ অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ সহযোগত বালিপাৰা ফাউণ্ডেচনে আয়োজন…

অফলাইন খুচুৰা নেটৱৰ্কৰ সম্প্ৰসাৰণ আলকাটেলৰ, উত্তৰ-পূৰ্বাঞ্চলত বিএছএম ভেঞ্চাৰ্ছৰ সৈতে সহযোগিতা

● শক্তিশালী বিক্ৰীৰ পিছৰ সমৰ্থন আৰু ৱাৰেণ্টীৰে নিৰৱচ্ছিন্ন গ্ৰাহকৰ সমাহাৰ● অসমত আলকাটেলৰ অফলাইন উপস্থিতি শক্তিশালী কৰাৰ কৌশলগত অংশীদাৰিত্ব● দেশৰ গ্ৰাহকসকলৰ বাবে প্ৰযুক্তি সুলভ কৰি তোলাৰ আলকাটেলৰ দৃষ্টিভংগী আগবঢ়াই নিয়া নৱবার্তা…