গুৱাহাটীত ৩০ জন সেৱা প্ৰযুক্তিজ্ঞানীক প্ৰশিক্ষণ
সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ অংশগ্ৰহণ নৱবার্তা গুৱাহাটী:গুৱাহাটীত ৩০ জন সেৱা প্ৰযুক্তিজ্ঞানীক প্ৰশিক্ষণ ৰসামৰণি অনুষ্ঠান সোমবাৰে চানমাৰিত অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্রী ড° ৰণোজ পেগুরে কয়, ‘চাকৰি পোৱাৰ ক্ষেত্ৰত প্রতিযোগিতা…
শ্লাইচ স্মল ফাইনেঞ্চ বেংকৰ সমগ্ৰ অসম আৰু উত্তৰ-পূবত নিযুক্তিৰ সম্প্ৰসাৰণ
নৱবাৰ্তা গুৱাহাটী: শ্লাইচ স্মল ফাইনেঞ্চ বেংক(শ্লাইচ এছএফবি)-এ সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে, এই ঘোষণাৰ লগে লগে দক্ষ পেছাদাৰীসকলৰ বাবে বেংকটোৰ ক্ৰমবৰ্ধমান দলত যোগদানৰ সুযোগ মুকলি…
জুৱেলাৰীৰ বাবে বিআইএছ প্ৰমাণিত সামগ্ৰীৰ প্ৰচাৰৰ বাবে ভাৰতৰ ১০০খন চহৰত আৰম্ভ হৈছে ‘ষ্টীলেজ মহোৎসৱ’ অভিযান
নৱবার্তা গুৱাহাটী:: ভৌতিক সুৰক্ষা সমাধানৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ প্ৰতিষ্ঠান গুনেবোৱে ৯০ বছৰতকৈও অধিক সময় ধৰি ষ্টীলেজ আৰু চাবছেফছৰ দৰে বিশিষ্ট ব্ৰেণ্ডৰ জৰিয়তে ভাৰতীয় গ্ৰাহকক সেৱা আগবঢ়াই আহিছে। ১ আগষ্টৰ পৰা…
গুৱাহাটী প্ৰেছ ক্লাবতহায়দৰাবাদৰ যশোদা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ বালা ৰাজেশেখৰ চন্দ্ৰৰসংবাদ মেল
এণ্ড’স্ক’পিক অস্ত্ৰোপচাৰত এনাস্থেচিয়াৰ প্ৰয়োজন নহয় আৰু অস্ত্ৰোপচাৰৰ সময়ত ৰোগীয়ে অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ সৈতে কথা পাতিব পাৰে-ডাঃ বালা ৰাজেশেখৰ চন্দ্ৰ নৱবাৰ্তা গুৱাহাটী:: গুৱাহাটীৰ আল্ট্ৰাকেয়াৰ ডায়েগনষ্টিক চেণ্টাৰত প্ৰতিমাহে প্ৰথম মঙলবাৰ আৰু বুধবাৰে চিকিৎসা…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগতআন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন
আলোচনাচক্ৰত অংশ গ্ৰহণ কৰিব কানাডা, ওমান, বাশ্বিংটনৰ প্ৰতিনিধিয়ে নৱবার্তা গুৱাহাটী :– গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ এলামনাই এছ’চিয়েছনৰ সহযোগত“Sustainable Business Transformations: Innovations, Policies and Inclusive…
অসমৰ হস্ততাঁত পুনৰুজ্জীৱিতকৰণত কেইৰ্ণৰ পদক্ষেপ
নৱবার্তা গুৱাহাটী : ভাৰতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দশবছৰীয়া বাৰ্ষিকী উদযাপন কৰাৰ এই সময়ছোৱাত, বৰ্তমান হস্ততাঁতৰ কাহিনী এতিয়া কেৱল ঐতিহ্যৰ ভিতৰত সীমাবদ্ধ নহয়—ই অৰ্থনৈতিক স্থিতিশীলতা, মহিলা সৱলীকৰণ আৰু স্থানীয় উদ্ভাৱনৰ এক…
গুৱাহাটী প্ৰেছ ক্লাবতগৱেষণামূলক গ্ৰন্থ ‘দা ৰাভাছ-এ ছ’চিয়েল-কালচাৰেল ষ্টাডি’ উন্মোচন
নৱবার্তা গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰেঅসমৰ ৰাভা জনজাতিৰ সমাজ আৰু সংস্কৃতিৰ সবিশেষ সমৃদ্ধ এখন গরেষণা মূলক গ্ৰন্থ’ ‘দা ৰাভাছ-এ ছ’চিয়েল-কালচাৰেল ষ্টাডি’ উন্মোচন কৰা হয়। বিশিষ্ট লেখক, সাহিত্যিক, গৱেষক, মঙলদৈ…
অসমৰ লিমা মহন্ত বিজেপি সহযোগ মঞ্চৰ মহিলা মঞ্চৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত
নৱবার্তা গুৱাহাটী, : ভাৰতীয় জনতা পাৰ্টি সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে অসমৰ লিমা মহন্তক ৩০ জুলাইতনিৰ্বাচিত কৰা হয়। দলৰৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি অৰুণ ৰায়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় সভাপতি আশুতোষ কে শৰ্মাই…
