নৱবার্তা গুৱাহাটীঃ শনিবাৰে আবেলি ৩-৩০ বজাত ধীৰেণপাৰা চম্পাৱতী স্কলৰ বাকৰিত আৰ এচ এচ’ৰ ভাতৃ সংগঠন ৰাষ্ট্ৰ সেৱীকা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱৰ লগত সংগতি ৰাখি গণবেশ আৰু অশ্ৰপুজন অনুষ্ঠানত মুখ্য সেৱিকা হৃীশা কলিতা আত ধৰা গণবেশত বন্তি প্ৰজ্বালন কৰে প্ৰাক্তন আচাৰ্য্যা শংকৰদেৱ বিদ্যা নিকেতন বেলতলা ৷ গুৱাহাটী বিভাগৰ কাৰ্যবাহিকা সেৱা প্ৰান্ত প্ৰমুখ ৰাষ্ট্ৰসেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্ত ” মুখ্য বক্তা কল্যানী ঠাকুৰীয়াই ৷ অশ্ৰপূজনৰ লগতে হৃীশা কলিতাৰ লগত সহযোগ কৰে আৰ্য্যনগৰ কাৰ্যবাহিকা লীলা মেধি সেৱিকা দ্বীপা শৰ্মা’ বৰ্ণালি কলিতা গীতাঞ্জলি দাসে গণবেশত লাল শাৰি পৰিধান কৰা প্ৰায় পঞ্চাশ সতাংশ মহিলা অংশগ্ৰহণ কৰে বুলি মুখ্যসেৱিকা হৃীশা কলিতাই এক প্ৰেছবিবৃত্তি যোগে জনাই ৷
