• Thu. Mar 5th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শ্রীশ্রী নবগ্রহ শ্মশান নিবামুহীয়া শিব মন্দিৰৰ ৩০ সংখ্যক মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ লাইখুটা স্থাপন

ByNaba Barta

Jan 22, 2026
Spread the love

নৱবার্তা গুৱাহাটী : গুৱাহাটীৰ শিলপুখুৰী শ্রীশ্রী নবগ্রহ শ্মশান নিবামুহীয়া শিব মন্দিৰৰ ৩০ সংখ্যক মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞ ১২, ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব। মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ লাইখুটা স্থাপন কৰে কামাখ্যা মন্দিৰৰ বৰদলৈ কবিন্দ্র শর্মাই। এই অনুষ্ঠানত উপস্থিত থাকে মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ মুখ্য উপদেষ্টা ড° অৰূপ কুমাব মিশ্র, অনুষ্ঠানৰ সভাপতি বিজন মহাজনৰ লগতে ভালেসংখ্যক ধর্মপ্রাণ ৰাইজ আৰু অনুষ্ঠানৰ বিষয়ববীয়াসকল। এই লাইখুটা স্থাপন অনুষ্ঠানত ড০ অৰূপ কুমাৰ মিশ্র, বিজন মহাজন আৰু অনুষ্ঠানৰ মুখ্য সম্পাদক বিৰিঞ্চি অধিকাৰীয়ে বক্তব্য ৰখাৰ লগতে সমূহ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *