নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ
ছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ পূজাস্হলীয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী থিমৰ জৰিয়তে জনসাধাৰণ আৰু নৱপ্ৰজন্মক আকৰ্শণীয় কৰিব পৰাকৈ বা বুজিব পৰাকৈ থিম লৈ আহিছে ৷এইবেলিওঁ ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয় মহিলা সকল আৰু চিকিৎসক, নাৰ্চ ৱাৰ্ডগাৰ্ল ’ৰ লগতে ৰোগীসকলো যাতে সুৰক্ষীত থাকব পাৰে সেই উদ্দেশ্য হাতত ৰাখি ছাত্ৰীবাৰী দেৱপূস্হান সমিতিয়ে ব্যতিক্ৰমী চিন্তা ধাৰাৰে স্বাস্থ্যখণ্ডত মহিলা সকল সুৰক্ষিত থাকিব পাৰে সেই আৰ্হিত এইবাৰৰ পূজা মণ্ডপ তৈয়াৰী কৰা চেষ্টা কৰা হৈছে বুলি ছাত্ৰীবাৰী দেৱপূস্হান সমিতিৰ হৈ প্ৰচাৰ সম্পাদক বাবুল ৰাজবংশীয়ে জানিবলৈ দিয়ে।
স্বাস্থ্যখণ্ডত মহিলাৰ সুৰক্ষাৰ আৰ্হিত ছাত্ৰীবাৰী দেৱপূজাস্হান সমিতিৰ পূজামণ্ডপ
